#CAA আন্দোলন সন্দৰ্ভত ভৱেশ কলিতাৰ মন্তব্য ‘গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ সকলোৰে অধিকাৰ আছে’।
#’জনতাই আন্দোলনকাৰীক কিমান বিশ্বাসত ল’ব সেয়াহে গুৰুত্বপূৰ্ণ’।
#’আন্দোলনৰ নামত যাতে ৰাজহুৱা সম্পত্তি ধ্বংস নহয়, সেয়া সকলোৱে মনত ৰখা উচিত’’।
#’২০২৪ত দেশত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’ব’।
#’বিজেপিয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰিছে’।
#এই মন্তব্য ভৱেশ কলিতাৰ।
#’আব্দুল আজিজ বিজেপিত আছেনে নাই মই অৱগত নহয়’।
#’কোনো ব্যক্তিৰ কোনো দেশদ্ৰোহী মন্তব্য আমি গ্ৰহণ নকৰো’।
#’কোনোৱে এনে মন্তব্য কৰিলে শাস্তি পাব’।
#আব্দুল আজিজৰ বিতৰ্কিত মন্তব্যক লৈ কলিতাৰ প্ৰতিক্ৰিয়া