Thursday, March 12, 2026
Homeমনোৰঞ্জনইণ্ডিয়াৰ পৰিৱৰ্তে আমাৰ দেশৰ নাম হ’ব লাগে হিন্দুস্তান

ইণ্ডিয়াৰ পৰিৱৰ্তে আমাৰ দেশৰ নাম হ’ব লাগে হিন্দুস্তান

ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামিৰ পত্নী তথা বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হাছিন জাহানে ইনষ্টাগ্ৰামত দিলে এক বিশেষ পষ্ট । পষ্ট দিয়াৰ পিছতে সমগ্ৰ দেশ জুৰি সৃষ্টি হৈছে তীব্ৰ চৰ্চা ।

ইনষ্টাগ্ৰামৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক বিশেষ আহ্বান জনাইছে অভিনেত্ৰী গৰাকীয়ে।

হাছিন জাহানে ইনষ্টাগ্ৰামত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ উদেশ্য কৰি লিখে যে ,

আমাৰ দেশ , আমাৰ সন্মান । মই ভাৰতক ভাল পাওঁ । আমাৰ দেশৰ নাম কেৱল হিন্দুস্তান বা ভাৰত হ’ব লাগে । মাননীয় প্ৰধানমন্ত্ৰী , মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো যে ইণ্ডিয়াৰ নাম সলনি কৰক , যাতে সমগ্ৰ বিশ্বই আমাৰ দেশক ইণ্ডিয়া নহয় ভাৰত বা হিন্দুস্তান বুলি মাতক । ”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments