ওদালগুৰিৰ ওৰাঙত উপস্থিত অসম প্রদেশ কংগ্ৰেছ সমিতিৰ সভাপতি সাংসদ গৌৰৱ গগৈ| ওৰাং লক্ষ্মী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কংগ্ৰেছৰ কর্মী সভাত উপস্থিত থাকে নেতাগৰাকী | নেতাগৰাকীক সংগ দিয়ে প্রাক্তন বিধায়িকা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰ’জলিনা তির্কী, প্রেমলালগঞ্জু কে আদি কৰি বহু বিশিষ্ট ব্যক্তি | BTR ৰ UPPL – BJP ৰ বিৰুদ্ধে ৰাইজ বিতস্তু হৈ কংগ্ৰছেক বিচাৰিছে বিকল্প হিচাপে |
অচিৰেই বৈঠক অনুষ্ঠিত কৰি টিকটৰ ক্ষেত্ৰত সিদ্ধান্ত লব কংগ্ৰেছে | কংগ্ৰেছৰ দিনত স্থানীয় নেতৃত্বক সম্মান দিয়া হৈছিল, কিন্তু বিজেপিয়ে মাত্র তেওঁলোকৰ মাটি দখলতহে চেষ্টা চলাইছে | আনহাতে, অহা ১৬ জুলাইত অসমত উপস্থিত হব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে |
অসমলৈ কেন্দ্ৰীয় নেতাদ্বয়ক আদৰণি গৌৰৱ গগৈৰ | ৰাইজে BPF ৰ কাউঞ্চিল দেখিলে UPPL- BJP ৰ কাউঞ্চিল দেখিলে এই বাৰ BTC ত ৰাইজে দেখিব কংগ্ৰেছৰ কাউঞ্চিল চৰকাৰ |