Tuesday, March 10, 2026
Homeঅসমঅসম ডাউন টাউন বিশ্ববিদ্যালয়ত দ্বাদশ দীক্ষান্ত সমাৰোহ

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত দ্বাদশ দীক্ষান্ত সমাৰোহ

মহানগৰীৰ পানীখাইতিৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ত দ্বাদশ দীক্ষান্ত সমাৰোহ।অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। বিলাসপুৰ AIIMSৰ অধ্যক্ষ ডাঃ ৰন্দীপ গুলেৰীয়াক Doctors of Science সন্মান প্ৰদান। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীক Doctor of Letters সন্মান প্ৰদান। অনুষ্ঠানত ২২গৰাকী শিক্ষাৰ্থীক Ph.D ডিগ্ৰী প্ৰদান কৰা হয়।৪১৯গৰাকীক স্নাতকোত্তৰ, ১৪০৮গৰাকীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments