Thursday, March 12, 2026
Homeঅসমবিটিচিৰ ১৫ টা সমষ্টি NDA হিচাপে দিশপুৰত পঠাব লাগে

বিটিচিৰ ১৫ টা সমষ্টি NDA হিচাপে দিশপুৰত পঠাব লাগে

বাক্সাৰ দক্ষিণ হাউলী নতুনকৈ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ

আজি বাক্সা জিলাৰ দক্ষিণ হাউলী আমলা ৰাম শিৱ ৰাম বড়ো বিশ্ববিদ্যালয়ৰ (Amla Ram Shiva Ram Bodo University) আধাৰশিলা স্থাপন কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে এই ব্যক্তিগত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে।

পাঞ্জাৱৰ ব্ৰয়না এডুকেচন ফাউণ্ডেশ্যনৰ সহযোগত নিৰ্মাণ হ’বলগীয়া এই বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ।

এই বিশ্ববিদ্যালয়ে অঞ্চলটোৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি হাগ্ৰামা মহিলাৰীয়ে আশা ব্যক্ত কৰে।

লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ সম্পৰ্কে কেইবাটাও মন্তব্য কৰি কয় নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে প্ৰাৰ্থিত্ব নিশ্চিত কৰা হৱ বিপিএফৰ ।

আৰু বিটিচিৰ ১৫ টা সমষ্টিত NDA হিচাপে নিৰ্বাচনত অৱৰ্তীণ হম চাৰিটা সমষ্টি বিজেপিক এৰি দিয়াৰ কথা নহয় আমি কৈছোঁ বিটিচিৰ ১৫ টা সমষ্টি NDA হিচাপে দিশপুৰত পঠাব লাগে।

NDA হিচাপে ইউ পি পি এল দলে কিমান খন আসন প্ৰতিদ্বন্দ্বিতা কৰিব সেইটোৱে ঠিক হোৱা নাই, UPPL দলে NDA হিচাপে আছে, এতিয়াও তেওঁলোকে ঠিক কৰা নাই প্ৰাৰ্থী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments