- APSCৰ ২১ নিলম্বিত ৰাজপত্ৰিত বিষয়াই ঘূৰাই পাব চাকৰি
- নিলম্বন আৰু বিভাগীয় তদন্তত স্থগিতাদেশ জাৰি গুৱাহাটী HCৰ
- APSCৰ ২১ ৰাজপত্রিত বিষয়াক নিলম্বন কৰিছিল চৰকাৰে
- চাকৰি ঘূৰাই বিচাৰি ন্যায়ালয়ত আৱেদন কৰিছিল ২১জন বিষয়াই
- ৰাজ্য চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে ঘূৰাই পালে চাকৰি
- ৰাজ্য চৰকাৰৰ পৰা বিষয়টো সন্দৰ্ভত উত্তৰ বিচাৰিছিল আদালতে
- সঠিক সময়ত উত্তৰ দিব নোৱাৰাত নিলম্বনত স্থগিতাদেশ