Sunday, July 6, 2025
Homeঅসম৪ মন্ত্ৰীলৈ চাৰিটা বিভাগৰ অতিৰিক্ত দায়িত্ব

৪ মন্ত্ৰীলৈ চাৰিটা বিভাগৰ অতিৰিক্ত দায়িত্ব

  • ৰাজ্যৰ ৪ মন্ত্ৰীলৈ চাৰিটা বিভাগৰ অতিৰিক্ত দায়িত্ব৷
  • সেইমৰ্মে ৪ মন্ত্ৰীয়ে বিভাগ অনুসৰি তদাৰক কৰিব বিভাগীয় সকলো কাম-কাজ৷
  • নিৰীক্ষণ কৰিব পাৰিব বিভাগীয় সকলো ফাইল৷
  • প্ৰয়োজন সাপেক্ষে ল’ব পাৰিব বিভাগীয় কাম-কাজৰ খতিয়ান৷
  • ইয়াৰ বাবে প্ৰয়োজনীয় অধিসূচনা জাৰি ৰাজ্য চৰকাৰৰ৷
  • অধিসূচনা অনুসৰি PWD(গৃহ) &NHৰ কাম-কাজ তদাৰক কৰিব মন্ত্ৰী নন্দিতা গাৰ্লোচাই৷
  • চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ কাম-কাজ তদাৰক কৰিব মন্ত্ৰী প্ৰশান্ত ফুকনে৷
  • গৃহ বিভাগৰ কাম-কাজ মন্ত্ৰী ৰূপেশ গোৱালাই কৰিব তদাৰক৷
  • PWDৰ কাম-কাজ তদাৰকৰ দায়িত্বত মন্ত্ৰী কৃষ্ণেন্দু পাল
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments