Tuesday, March 10, 2026
HomeUncategorizedছৌদি আৰৱত ভয়ংকৰ দুৰ্ঘটনাত নিহত ৪২ গৰাকী ভাৰতীয়।

ছৌদি আৰৱত ভয়ংকৰ দুৰ্ঘটনাত নিহত ৪২ গৰাকী ভাৰতীয়।

  • ছৌদি আৰৱত ভয়ংকৰ দুৰ্ঘটনাত নিহত ৪২ গৰাকী ভাৰতীয়।
  • নিহতসকলৰ ভিতৰত আছে ১১টা শিশু, ২০ গৰাকী মহিলা।
  • নিহতসকলৰ অধিকাংশই হায়দৰাবাদৰ নিবাসী।
  • যাত্ৰীবাহী বাছে ডিজেলৰ টেংকাৰত খুন্দা মৰাৰ পাছতে জ্বলি উঠে বাছখন।
  • ঘটনাৰ পাছতে ৰিয়াধস্থিত ভাৰতীয় দূতাবাসৰে যোগাযোগ তেলেংগানা চৰকাৰৰ।
  • লগতে মুকলি কৰে 8002440003 হেল্পলাইন নম্বৰ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments