Monday, July 7, 2025
Homeঅসমদলবদ্ধ কিশোৰী /ধ/ৰ্ষ/ণ / ঘটনাৰ ৰায়দান।

দলবদ্ধ কিশোৰী /ধ/ৰ্ষ/ণ / ঘটনাৰ ৰায়দান।

  • ৰাজ্য জোকাৰি যোৱা মাজবাটৰ দলবদ্ধ কিশোৰী /ধ/ৰ্ষ/ণ / ঘটনাৰ ৰায়দান।
  • ৫ ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড ওদালগুৰিৰ আদালতৰ।
  • আবিজুল আলী, ছাদ্দাম হুছেইন, মহিদুল ইছলামক যাৱজ্জীৱন কাৰাদণ্ড ।
  • মুস্তাক আহমেদ, এহছান আহমেদকো যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ।
  • ওদালগুৰিৰ ন্যায়াধীশ এন এছ দেউৰীৰ বিশেষ আদালতৰ এই ৰায়দান।
  • ২০২৪ৰ ২২ জুনত মাজবাটত সংঘটিত হৈছিল এই ঘটনা।
  • টিউচনলৈ অহা কিশোৰীক ধৰ্ষণ কৰিছিল ৫ পাষণ্ডই।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments