Monday, July 7, 2025
Homeঅসমপুনৰ নিযুক্তি প্ৰদান কৰা হ’ব ৬৫৫ গৰাকী প্ৰাৰ্থীক

পুনৰ নিযুক্তি প্ৰদান কৰা হ’ব ৬৫৫ গৰাকী প্ৰাৰ্থীক

 

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যৰ নিবনুৱা সকলৰ বাবে এটা সুখবৰ ৷ নিযুক্তি প্ৰদান কৰা হ’ব শ শ নিবনুৱাক ৷ ৰাজ্য চৰকাৰে পুনৰ নিযুক্তি প্ৰদান কৰিব ৬৫৫ গৰাকী নিৱনুৱাক ৷ শনিবাৰে দিনৰ ১২.৩০ বজাত শংকৰদেৱ কলাক্ষেত্ৰত ৬৫৫ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হ’ব নিযুক্তি ৷

 পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগত ৩৩ গৰাকী , জলসিঞ্চন বিভাগত ৩২৫ গৰাকী , কৰ্মচাৰি বিভাগত ১২০ গৰাকী , গৃহ বিভাগত ৩৩ গৰাকী , পৰিবহন বিভাগত ৫ গৰাকী , শ্ৰম কল্যান বিভাগত ১৮ গৰাকী , আবকাৰী বিভাগত ৭ গৰাকী , দক্ষতা আৰু নিয়োগ বিভাগত ৪ গৰাকী , ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত ৩১ গৰাকী , উদ্যোগ আৰু বাণিজ্য বিভাগত ১০ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিক ভাবে ৰাজ্য চৰকাৰে নিযুক্তি প্ৰদান কৰিব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments