Sunday, June 8, 2025
Homeঅসমওদালগুৰি আৰু তামুলপুৰ জিলাত নতুনকৈ অন্তর্ভূক্ত হল ৮১ খন গাঁও

ওদালগুৰি আৰু তামুলপুৰ জিলাত নতুনকৈ অন্তর্ভূক্ত হল ৮১ খন গাঁও

নিৰ্বাচনৰ পূর্বে বৃদ্ধি পালে BTC ৰ ৮ টা পৰিষদীয় সমষ্টিৰ পৰিসৰ | ওদালগুৰি আৰু তামুলপুৰ জিলাত নতুনকৈ অন্তর্ভূক্ত হল ৮১ খন গাঁও | দৰং, নলবাৰী, বিশ্বনাথ আৰু শোণিতপুৰৰ মুঠ ৮১ খন গাঁও অন্তর্ভুক্ত হল BTC ত | ২০২০ চনৰ BTC চুক্তি অনুসৰি আসন ৪o খনৰ পৰা বৃদ্ধি হোৱাৰ কথা আছিল ৬০ খনলৈ |

কিন্তু বৰ্তমানেও চুক্তি সম্পূর্ণৰূপে সম্পাদনা নোহোৱাত সদ্যহতে নিৰ্বাচনৰ পূর্বে পৰিসৰহে বৃদ্ধি কৰা হল সমষ্টিৰ | বিশ্বনাথৰ ৫৩ খন, দৰঙৰ ১১ খন আৰু শোণিতপুৰৰ ৭ খন গাঁও অন্তর্ভূক্ত কৰা হৈছে ওদালগুৰি জিলাত |

৩৯ পাচনৈ চেৰফাং সমষ্টিত মাত্র দুখন গাঁও অন্তৰ্ভূক্ত কৰাৰ বাবে চৰকাৰক ধন্যবাদ সদৌ অসম আদিবাসী ছাত্র সন্থাৰ| কিছুদিন পূর্বে BTCৰ পাচনৈ চেৰফাং সমষ্টিত গাঁও অন্তভূক্তৰ বিৰোধিতাৰে মাজবাট বিশাল জন গৰ্জন কাৰ্যসূচী লৈছিল মাজবাটৰ বিভিন্ন দল- সংগঠনে | আৰু অবশেষত চৰকাৰৰ গাঁও অৰ্ন্তভূক্তিৰ এই তালিকা দেখি প্রতিক্রিয়া আছাৰ নেতৃত্বৰ |

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments