Saturday, July 5, 2025
Homeঅসমৰাজ্যত বিলুপ্ত হ'ল ৯৪৪টা নিম্নস্নাতক শিক্ষকৰ পদ

ৰাজ্যত বিলুপ্ত হ’ল ৯৪৪টা নিম্নস্নাতক শিক্ষকৰ পদ

  • ৰাজ্যত বিলুপ্ত হ’ল ৯৪৪টা নিম্নস্নাতক শিক্ষকৰ পদ
  • ৰাজ্যৰ বিভিন্ন স্থানৰ LP আৰু UPত আছিল এইসমূহ পদ
  • উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে ইতিমধ্যে একত্ৰীকৰণ হৈছে সংশ্লিষ্ট LP-UPসমূহ
  • হাইস্কুল পৰ্যায়ত শিক্ষকৰ ন্যূনতম শিক্ষাগত অর্হতা স্নাতক
  • ইয়াৰ বাবে বিলুপ্তি ঘটোৱা হৈছে ৯৪৪টা নিম্ন স্নাতকৰ পদ
  • অৱশ্যে ৰাজ্যৰ ১১৮খন চাহ বাগিচা আদর্শ হাইস্কুলৰ বাবে নতুনকৈ সৃষ্টি হ’ব ৯৪৪টা স্নাতক শিক্ষকৰ পদ
  • লগতে নতুনকৈ সৃষ্টি হ’ব ১১৮খন চাহ বাগিচা আদর্শ হাইস্কুলৰ প্রধান শিক্ষকৰ পদ
  • ইয়াৰ বাবে প্রয়োজনীয় নির্দেশনা জাৰি কৰিলে মাধ্যমিক সঞ্চালক মমতা হোজায়ে
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments