Wednesday, March 11, 2026
Homeঅসম৩.৫ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল মহানগৰ

৩.৫ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল মহানগৰ

ডিজিটেল ডেস্ক, A NEWS 24×7 : ৰাজ্যত অব্যাহত থকা শীতৰ প্ৰকোপৰ মাজতে ভূমিকম্পই জোকাৰি গ’ল মহানগৰীৰ লগতে দাঁতি কাষৰীয়া অঞ্চলসমূহ।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে বিয়লি ৩.৫ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় গুৱাহাটী মহানগৰ।

কেন্দ্ৰটোৰ মতে, গুৱাহাটীৰ পৰা ৬২ কিলোমিটাৰ উত্তৰ-পূবত, বিয়লি ১২.২৭ বজাত ৩.৫ ৰিখটাৰ স্কেলৰ ভূমিকম্পটো সংঘটিত হয়। আনহাতে ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ তলত আছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments