Tuesday, July 8, 2025
Homeমনোৰঞ্জনসম্প্ৰতি চৰ্চাত এগৰাকী কইনা

সম্প্ৰতি চৰ্চাত এগৰাকী কইনা

ডিজিটেল ডেস্ক, ANEWS24X7: ইনষ্টাগ্ৰামত বিভিন্ন ধৰণৰ ভিডিঅ’ই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । তাৰে এটা ভিডিঅ’ হৈছে এগৰাকী কইনাই মঞ্চত নৃত্য কৰা ভিডিঅ’ এটা । যিটো সম্প্ৰতি চৰ্চিত হৈ পৰিছে।

আমি প্ৰায়ে ছ’চিয়েল মিডিয়াত ধেমেলীয়া আৰু ভাইৰেল ভিডিঅ’ৰ সন্মুখীন হওঁ। শেহতীয়াকৈ এনে এটা হাস্যৰসময়ী ভিডিঅ’ য’ত কইনা এগৰাকীয়ে মঞ্চত নাচি থকাৰ সময়ত তেওঁৰ কাষত থিয় হৈ থকা দৰাজনে নিজৰ হাঁহি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ দৃশ্যই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

এই ক্লিপটোৱে ছয় মিলিয়নতকৈ অধিক ভিউজ আৰু ১ লাখ ৩০ হাজাৰতকৈ অধিক লাইক সংগ্ৰহ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments