- ৰাজ্যৰ ৰে’ল যাতায়াতত আৰম্ভ হ’ব নতুন অধ্যায়ৰ
- কাইলৈ যাত্ৰাৰ শুভাৰম্ভ হ’ব কেইবাখনো ৰে’লৰ
- ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাইজৰ বাবে উৎসৰ্গা কৰিব ৰে’লসমূহ
- গুৱাহাটীৰ পল্টন বজাৰ ৰে’ল ষ্টেচনত বিশেষ কার্যসূচী
- গুৱাহাটী-লখিমপুৰ জন শতাব্দী ৰে’লৰ কৰিব শুভাৰম্ভ
- নিউ বঙাইগাঁও-গুৱাহাটী যাত্রীবাহী ৰে’লৰ কৰিব শুভাৰম্ভ
- তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছৰো কৰিব ফ্লেগঅফ
- তেতেলীয়াৰ ৰে’লৱে অভাৰত্ৰীজো মুকলি কৰিব ৰে’লমন্ত্ৰীয়ে
- মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভাৰম্ভ হ’ব আটাইকেইখন ৰে’লৰ যাত্রা
