ছাদ্দাম হুছেইন, লাহৰীঘাট: চৰকাৰী নিৰ্দেশনা নামানে এখন বিদ্যালয়ে।মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন বালিডোংগা লাল বাহাদুৰ শাস্ত্ৰী মাধ্যমিক বিদ্যালয়। এইদৰে বন্ধ হৈ আছে বিদ্যালয়খন। বিদ্যালয় খন বন্ধ দিছে শংকৰদেৱ তিৰোভাৱতিথিৰ বাবে ।
চৰকাৰে শংকৰদেৱৰ তিৰোভাৱতিথিৰ বন্ধ পৰিবৰ্তন কৰিছে যদিও এই খন বিদ্যালয়ে চৰকাৰী নিৰ্দেশনা সম্পূৰ্ণৰূপে উলংঘা কৰি আজি তিৰিভাৱতিথিৰ বন্ধ দিলে বিদ্যালয় প্ৰধানে। চৰকাৰী নিৰ্দেশনাক উলংঘা কৰি কিয় বন্ধ দিলে বিদ্যালয় খন।
বিদ্যালয় খনত সাংবাদিক অহা খবৰ পাই কনিষ্ঠ সহায়ক আহি গেট খোলা পৰিলক্ষিত হয়।