ডিজিটেল ডেস্ক, ANEWS24X7: পাকিস্তানত সিন্ধ প্ৰদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ হাজাৰা এক্সপ্ৰেছৰ লাইনচ্যুত হ’ল ১০টাকৈ দবা৷ ৰে’ল দুৰ্ঘটনাত নিহত ২০ জন, আহত ৫০জনৰো অধিক লোক৷
ৰাৱালপিণ্ডি অভিমুখী আছিল হাজাৰা এক্সপ্ৰেছখন৷ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা৷ উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷