ডিজিটেল ডেস্ক, ANEWS24X7: নৃত্যৰ ভিডিঅ’বোৰে সামাজিক মাধ্যমত যথেষ্ট আকৰ্ষণ লাভ কৰে । সেইবোৰ পোষ্ট কৰা লোকৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। নীৰু চাইনী নামৰ এগৰাকী মহিলাই ২০০৪ চনৰ ‘মই হুঁ না’ চলচ্চিত্ৰৰ বিখ্যাত শ্বাহৰুখ খানৰ গান ‘গোৰী গোৰী’ত নৃত্য কৰাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।
নীলা শাৰী পিন্ধি থকা মহিলাগৰাকীয়ে তেওঁৰ উৎসাহী চাল আৰু চিজলিং চেহেৰাৰে বহুতৰ মনোযোগ আকৰ্ষণ কৰিছিল। ইয়াৰ পৰা এটাই প্ৰমাণ যে যিকোনো কামৰ বাবে বয়সৰ কোনো সীমা নাথাকে ।
মনত উদ্যম আৰু হেপাঁহ থাকিলো সকলো কাম সুন্দৰ ভাৱে কৰিব পাৰি ।