Wednesday, March 11, 2026
Homeঅসমআছা ডফলাগড় প্ৰাথমিক কমিটি গঠন

আছা ডফলাগড় প্ৰাথমিক কমিটি গঠন

ডফলাগড় চাহ বাগিচাত আজি ‘সদৌ অসম আদিবাসী ছাত্ৰ সন্থা’ৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত এখন শক্তিশালী ৬১জনীয়া ডফলাগড় প্ৰাথমিক কমিটি গঠন কৰা হয় ।

এই প্ৰাথমিক কমিটিৰ সভাপতিৰ দায়িত্ব দিয়া হয় মন্টু বৰাইক আৰু সম্পাদকৰ দায়িত্ব দিয়া হয় অংকিত গৰাইতক। আগন্তুক দিনত এই কমিটিখনে জাতিটোৰ বিভিন্ন সমস্যা আৰু সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব বুলি- আছাৰ বিশ্বনাথ জিলাৰ সভাপতি চামুৱেল ৰাজপুতে মন্তব্য আগবঢ়ায়..।

লগতে নৱনিৰ্বাচিত কমিটিৰ সকলো বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনায় ..
সভাত উপস্থিত থাকে বহুতো ছাত্ৰ-ছাত্ৰীৰ লগতে আছাৰ শুভাকাংশীসকল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments