Tuesday, March 10, 2026
Homeঅসমচৰকাৰৰ বিৰুদ্ধে তীব্র বিষোদগাৰ সদৌ অসম আদিবাসী ছাত্র সন্থাৰ

চৰকাৰৰ বিৰুদ্ধে তীব্র বিষোদগাৰ সদৌ অসম আদিবাসী ছাত্র সন্থাৰ

এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্র বিষোদগাৰ সদৌ অসম আদিবাসী ছাত্র সন্থাৰ | মাজবাটত বিজেপিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশাল বাইক ৰেলী আছা কেন্দ্ৰীয় সমিতি আৰু ওদালগুৰি জিলা সমিতি লগতে আদিবাসী জানি শক্তি সংগতিৰ|

জনজাতিকৰণ, ভূমিপাত্তা প্রদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদি বিষয়ত চৰকাৰখনে চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ আছাৰ | জনজাতীয় পৰিক্ৰমা মন্ত্রী ৰূপেশ গোৱালাৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ সংগঠনটোৰ | BTR পৰিষদীয় নির্বাচনত এইবাৰ BJPক কোনো এটা বাগান অঞ্চলতেই সোমাব নিদিয়াৰ হুংকাৰ আছাৰ |

আছাৰ নেতৃবৰ্গৰ হুংকাৰ-এইবাৰ BJP ৰ বিৰুদ্ধে আছাই কৰিব গণতান্ত্রিক যুঁজ | আদিবাসীসকলক কৰা প্রতাৰণাৰ ফল এইবাৰ BTR ত BJP য়ে ভূগিব

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments