- অভিযুক্ত নয়নমণি পামেগামৰ জামিন মঞ্জুৰ
- পৰ্যটন বিভাগৰ নিযুক্তিৰ কেলেংকাৰিত গ্ৰেপ্তাৰ হৈছিল নয়নমণি
- বক্ৰপথৰে নিযুক্তি পোৱাৰ অভিযোগত হৈছিল গ্ৰেপ্তাৰ
- উচ্চতম ন্যায়ালয়ত নয়নমণিয়ে দাখিল কৰিছিল অগ্রিম জামিন আবেদন
- উচ্চতম ন্যায়ালয়ৰ বিশেষ আদালতৰ জামিন মঞ্জুৰ
- ৫০ হাজাৰ টকাৰ বণ্ডত জামিন মঞ্জুৰ আদালতৰ
