Sunday, July 6, 2025
Homeঅসমআদিবাসী যুৱক-যুৱতীৰ কৰ্মস্থাপন ১০০ শতাংশই নিশ্চিত কৰিব লাগে:ৰেজান হৰ'

আদিবাসী যুৱক-যুৱতীৰ কৰ্মস্থাপন ১০০ শতাংশই নিশ্চিত কৰিব লাগে:ৰেজান হৰ’

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ’য়ে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰি কয় যে , চাপৰত যি আদানী গ্ৰুপে যি তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব ওলাইছে তাতে চাপৰৰ লগত ধুবুৰী জিলা লগতে অসমৰ নিৱনুৱা যুৱক-যুৱতীৰ আৰু আদিবাসী যুৱক-যুৱতীৰ কৰ্মস্থাপন ১০০ শতাংশই নিশ্চিত কৰিব লাগে।

উল্লেখ্য যে, আদানী গ্ৰুপে চাপৰত প্ৰায় ৩৫০০ বিঘা চাপৰ ৰাজহ চক্ৰৰ চৰকাৰী ভূমিত বৃহৎ তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মান কৰিব ওলাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments