- ৰে’ল বিভাগত খালী থকা ৪,২৩২ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ।
- দশম উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব এই পদসমূহত।
- আবেদনকাৰীৰ বয়স হ’ব লাগিব ১৫-২৪ বছৰৰ ভিতৰত।
- নিযুক্তি প্ৰক্ৰিয়াত নাথাকিব লিখিত পৰীক্ষাৰ ব্যৱস্থা।
- নথিৰ আধাৰত প্ৰস্তুত কৰা হ’ব মেৰিট লিষ্ট।
- ২৭ জানুৱাৰী পৰ্যন্ত থাকিব আবেদনৰ সময়সীমা।