Tuesday, July 8, 2025
Homeঅসমপুনৰ জনতাক মাধমাৰ

পুনৰ জনতাক মাধমাৰ

ডিজিটেল ডেস্ক, A NEWS 24X7: মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে অসমবাসীক। তেনে সময়তে অসম বিধানসভাৰ বাজেট অধিৱেশন মাজতে অসমবাসীৰ মূৰত আন এটা মাধমাৰ। এক এপ্ৰিলৰ পৰা টোলগেটত মাচুল বৃদ্ধিৰ ঘোষণা।

১ এপ্ৰিলৰ পৰা ১০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ব মাচুল। বহিঃৰাজ্যৰ তুলনাত জৰাজীৰ্ণ আন্তঃগাথনি আৰু দুৰ্ঘটনাও সততে হৈ থকাৰ মাজতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমত স্থাপন কৰিছিল ৯খনকৈ টোলগেট।

ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ মাজতে বাহনৰ পৰা অত্যাধিক টোল সংগ্ৰহ অভিযানত নামি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments