Thursday, November 7, 2024
Homeৰাজনৈতিক'অসমত AIIMS আমাৰ সপোন আছিল, এতিয়া AIIMS সপোন নহয় বাস্তৱ': মুখ্যমন্ত্ৰী

‘অসমত AIIMS আমাৰ সপোন আছিল, এতিয়া AIIMS সপোন নহয় বাস্তৱ’: মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক, ANEWS24X7: অসমত আনুষ্ঠানিকভাৱে মুকলি হ’ল AIIMSৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে চাংসাৰিৰ AIIMS। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ।

‘অসমত AIIMS আমাৰ সপোন আছিল, এতিয়া AIIMS সপোন নহয় বাস্তৱ’।

ভাষণ প্ৰসংগত কয় যে, আজিৰে পৰা অসমত কাৰ্যকৰী হ’ব আয়ুষ্মান ভাৰতৰ কাম৷ ঘৰে ঘৰে গৈ প্ৰদান কৰা হ’ব আয়ুষ্মান ভাৰতৰ কাৰ্ড৷ এই কাৰ্ডৰ জৰিয়তে অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে ৫লাখ টকাৰ চিকিৎসা সেৱা লাভ কৰিব৷

‘ আমাৰ লক্ষ্য অসমত ২৪খন চিকিৎসালয় নিৰ্মাণ কৰা’৷  অহা ৩বছৰৰ ভিতৰত চিকিৎসালয়সমূহ নিৰ্মাণ কৰা হ’ব বুলি AIIMSৰ উদ্বোধনী কাৰ্যসূচীত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments