- জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ AJYCP ৰ জয়যাত্ৰা।
- সভাপতি ইমন বৰুৱা, উপ-সভাপতি পদত শচীন শইকীয়াই আছুৰ প্ৰাৰ্থী গৰাকীক ৪০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
- এজনো প্ৰাৰ্থী জয়ী হ’বলৈ সক্ষম নহ’ল সদৌ অসম ছাত্ৰ সন্থাৰ ।।