Saturday, July 5, 2025
Homeঅসমতেজস্বী যাদৱ আৰু আন বহু নেতাৰ সৈতে বিধায়ক পূৰ্ণিমা সিঙৰ হৈ প্ৰচাৰ...

তেজস্বী যাদৱ আৰু আন বহু নেতাৰ সৈতে বিধায়ক পূৰ্ণিমা সিঙৰ হৈ প্ৰচাৰ চলাই সাংসদ গৌৰৱ গগৈয়ে

  • আজি ঝাৰখণ্ডত বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু আন বহু নেতাৰ সৈতে বিধায়ক পূৰ্ণিমা সিঙৰ হৈ প্ৰচাৰ চলাই সাংসদ গৌৰৱ গগৈয়ে।
  • নিৰ্বাচনৰ সময়ত বিজেপিয়ে কেৱল দুখীয়াক বিভাজন কৰি ধনীসকলৰ সকলো সা-সুবিধা নিশ্চিত কৰিবলৈহে আগ্ৰহী বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments