- ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচীৰ মহাযোগ
- ২২জুনৰ দিনৰ ২:৫৬ বজাত হ’ব প্রবৃত্তি
- ২৬ জুনৰ পুৱা হ’ব অম্বুবাচীৰ নিবৃত্তি
- ২৬ আৰু ২৭ তাৰিখে সৰ্বসাধাৰণৰ বাবে দৰ্শনৰ থাকিব সুবিধা
- মন্দিৰ খোলাৰ পাছত প্রথম দুদিন VIP, VVIPৰ বাবে নাথাকিব দৰ্শনৰ সুবিধা
- পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৬ বজালৈহে ভক্ত আহিব পাৰিব নীলাচল পাহাৰলৈ
- ৩-৪ ঘণ্টা সময়ৰ ভিতৰতে নীলাচলৰ পৰা উভতিব লাগিব ভক্ত
- বাদ্যযন্ত্ৰ বজাই অপ্রীতিকৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ আহ্বান প্রশাসনৰ