Wednesday, July 9, 2025
Homeআন্তঃৰাষ্ট্ৰীয়যুঁজাৰু বিমান পৰিল সাগৰত

যুঁজাৰু বিমান পৰিল সাগৰত

ডিজিটেল ডেস্ক, ১৩ফেব্ৰুৱাৰী: আমেৰিকাৰ ছেন ডিয়েগোত নৌ সেনাৰ এখন যুঁজাৰু বিমান পৰিল সাগৰত। কিছুদিনৰ ভিতৰতে আমেৰিকাত সংঘটিত হৈছে ৪ টাকৈ বিমান দুৰ্ঘটনা।

আমেৰিকাত পুনৰ বিমান দুর্ঘটনা। নৌ সেনাৰ এখন যুঁজাৰু বিমান পৰিল সাগৰত। বিমানখনৰ দুজন পাইলটক মাছমৰীয়াই কৰিলে উদ্ধাৰ। উৰণৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাত পতিত হয় বিমাখন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments