Sunday, July 6, 2025
Homeউত্তৰ-পূৱমণিপুৰক লৈ কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

মণিপুৰক লৈ কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

  • অশান্তজৰ্জৰ মণিপুৰক লৈ কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত।
  • মণিপুৰলৈ CAPFৰ ৫০টা কোম্পানী প্ৰেৰণৰ সিদ্ধান্ত।
  • মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ গৃহমন্ত্ৰণালয়ত জৰুৰী বৈঠক।
  • গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত হৈছিল পৰ্যালোচনা।
  • বৈঠকত উপস্থিত আছিল NSA অজিত দোভাল।
  • বৈঠকত আছিল কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, IBৰ সঞ্চালক তপন ডেকা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments