-
কংগ্ৰেছক লৈ ক্ষোভ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ
-
কংগ্ৰেছক কটাক্ষ কৰি গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ
-
‘ৰাইজৰ দলৰ সৈতে একেলগে নিৰ্বাচন নেখেলি কংগ্ৰেছে প্ৰমাণ কৰিলে যে শিৱসাগৰত কংগ্ৰেছে বিজেপিক সহায় কৰিছে।’
-
‘কংগ্ৰেছৰ প্ৰতি ইমান সদিচ্ছা থকাৰ পিছতো গৌৰৱ গগৈয়ে সাপে খোঁট মৰা দি মাৰিব বুলি ভাবিব নোৱাৰি।’গৌৰৱ গগৈক তীব্ৰ সামালোচনা অখিল গগৈৰগৌৰৱ গগৈয়ে সাপে খোঁট মৰা দি মাৰিব বুলি ভবা নাছিলোঃ অখিল গগৈ‘গৌৰৱ গগৈক জিকাবৰ কাৰণে ৰাইজৰ দলে বহু কষ্ট কৰিছিল’‘গৌৰৱ গগৈয়ে বিজেপিৰ লগত সম্পৰ্ক থকা মানুহৰ লগত ভাল সম্পৰ্ক গঢ়ি ৰাখিছিল’‘শিৱসাগৰৰ শুভ্ৰ মিত্ৰ গগৈৰ বিজেপিৰ লগত ভাল সম্বন্ধ কৰি ৰাখিছে’গৌৰৱ গগৈৰ আই এচ আইৰ গোচৰক লৈও মন্তব্য বিধায়ক অখিল গগৈৰ