Tuesday, March 10, 2026
Homeঅসমভৰিৰ লিগামেন্ট ছিগিল মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ

ভৰিৰ লিগামেন্ট ছিগিল মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ

ডিজিটেল ডেস্ক, ২২ডিচেম্বৰ: কংগ্ৰেছৰ বিক্ষোভ কাৰ্যসূচীত আন এক অঘটনকংগ্ৰেছৰ বিক্ষোভ ৰুধিবলৈ গৈ ভৰিৰ লিগামেন্ট ছিগিল মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ। শুকুৰবাৰে মহানগৰীত প্ৰতিবাদত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক কৰা সময়ত আছিল আৰক্ষী আয়ুক্তজন।  হেঁচা-ঠেলাত আঘাতপ্রাপ্ত হৈছিল মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments