- অৰ্ধশতাধিক এক্সেকেভেটৰ, ডেৰ হাজাৰোধিক আৰক্ষীৰ জোৱানৰ সমৰসজ্জাৰ মাজেৰে সমাপ্ত হ’ল আন এক বৃহৎ উচ্ছেদ অভিযান।
- গোৱালপাৰা জিলাৰ অন্যতম বনাঞ্চল পাইকানৰ এহেজাৰৰো অধিক বিঘা ভূমি বেদখলমুক্ত কৰিলে প্ৰশাসনে।
- উচ্ছেদ অভিযানৰ মাজতেই সংঘটিত হ’ল একাধিক বিক্ষিপ্ত ঘটনা।
