- মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে আন এক ভয়ংকৰ ঘটনা
- জিৰিবামত নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ তিনিটাকৈ মৃতদেহ
- উদ্ধাৰ হৈছে দুটা শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ
- সোমবাৰৰ পৰা নিখোজ হৈ আছিল তিনি শিশুসহ তিনিগৰাকী মহিলা
- কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰাৰ সন্দেহ
- অপহৃত ৬ গৰাকীয়েই আছিল মেইটেই সম্প্ৰদায়ৰ