Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়এটা কুকুৰৰ সন্ধান দিওঁতাই লাভ কৰিব ৫০ হাজাৰ টকা

এটা কুকুৰৰ সন্ধান দিওঁতাই লাভ কৰিব ৫০ হাজাৰ টকা

ডিজিটেল ডেস্ক, ১০নৱেম্বৰ: এটা কুকুৰৰ সন্ধান দিওঁতাই লাভ কৰিব ৫০ হাজাৰ টকা। ফতেহপুৰ ছিক্ৰী ভ্ৰমণলৈ যাওঁতে আগ্ৰাৰ এখন হোটেলৰ পৰা নিৰুদ্দেশ হৈছিল পোহনীয়া কুকুৰটো। শেষবাৰৰ বাবে শ্বাহজাহান গাৰ্ডেন অভিমুখে গৈ থকা অৱস্থাত চিচিটিভিত দেখা গৈছিল কুকুৰটো।

চিচিটিভিৰ ফুটেজ স্কেন কৰিবলৈ ৩০ জনতকৈ অধিক লোকক নিযুক্তি দিছে দম্পতীয়ে। কুকুৰটোৰ সন্ধান দিওঁতালৈ প্ৰথমতে ২০ হাজাৰ টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছিল গৰাকীয়ে। চিচিটিভিত কুকুৰটো দেখা পেৱাৰ পাছতে নগদ ধনৰ পুৰস্কাৰ ৫০ হাজাৰ টকালৈ বৃদ্ধি দিপায়ণ ঘোষ আৰু কস্তুৰী পাত্ৰ নামৰ দম্পতীৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments