- চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হত্যাৰ বলি হৈছে এজনৰ পাছত আন এজন অসমীয়া যুৱক।
- মাত্ৰ এটা মাহতেই চুবুৰীয়া ৰাজ্যখনত দুজনকৈ নিৰীহ মিচিং যুৱকক হত্যা কৰাৰ পাছত জাঙুৰ খাই উঠিছে মিচিং দল সংগঠন।
- প্ৰভাস দলে আৰু শংকৰ পেগুৰ হত্যাকাৰীক ফাঁচি আৰু অৰুণাচলত অসমীয়া শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ৰাজ্যজুৰি তিনিটা মিচিং সংগঠনে ৰূপায়ণ কৰিলে পথ অৱৰোধ কাৰ্যসূচী।