Saturday, July 5, 2025
Homeঅসমঅসম সাহিত্য সভাৰ কেইবাটাও বঁটা ঘোষণা

অসম সাহিত্য সভাৰ কেইবাটাও বঁটা ঘোষণা

  • অসম সাহিত্য সভাৰ কেইবাটাও বঁটা ঘোষণা
  • নীলমণি সেন ডেকালৈ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা
  • হেম বৰুৱা সোঁৱৰণী বঁটা পাচুগোপাল চক্ৰৱৰ্তীলৈ
  • বাসন্তী বৰদলৈ বঁটা নলিনীবালা হাজৰিকালৈ
  • শৰৎ চন্দ্ৰ বৰুৱা স্মাৰক বঁটা জয়কান্ত শর্মালৈ
  • কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্রমোদ কলিতালৈ
  • হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী সাহিত্য বঁটা সুমিত্রা হাজৰিকালৈ
  • প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা অদিতি খাউণ্ডলৈ
  • গিৰিধৰ শৰ্মা বঁটা অপৰাজিতা পূজাৰীলৈ
  • নকুল চন্দ্র সভাপণ্ডিত সোঁৱৰণী বঁটা চন্দনা পাঠকলৈ
  • দুর্গাধৰ বৰকটকী সোঁৱৰণী বঁটা হৰিন্দ্ৰ মোহন নাথলৈ
  • গোপালচন্দ্ৰ বৰুৱা বঁটা সোঁৱৰণী ডাঃ শংকৰ কুমাৰ দাসলৈ
  • হৰিপ্ৰসাদ নেওগ মুদ্রণ-অলংকৰণ বঁটা ‘অর্কিড অব্ আছাম’লৈ উগ্ৰতাৰা ন্যাস বঁটা নীলোৎপল শর্মালৈ
  • ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা বেদব্রত মিশ্রলৈ
  • উত্তম চন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা চন্দনা বেজবৰুৱালৈ
  • অনিল কুমাৰ শৰ্মা সোঁৱৰণী বিজ্ঞান সাহিত্য বঁটা জ্যোতি কুমাৰী শৰ্মালৈ
  • কুমাৰ কিশোৰ সোঁৱৰণী বঁটা ভৰত ৰাজখোৱালৈ
  • কাব্যশ্রী হাজৰিকা বঁটা অভিজিৎ গগৈলৈ
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments