- এছিয়া কাপ ক্রিকেট ২০২৫ৰ দিন আৰু স্থান ঘোষণা
- UAEত হ’ব ACCৰ এছিয়া কাপ ক্রিকেট ২০২৫
- ACCৰ অধ্যক্ষ মহছিন নাকৰীয়ে ঘোষণা কৰিছে দিন-স্থান
- ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই খেল
- ২৮ ছেপ্টেম্বৰত হ’ব এছিয়া কাপৰ ফাইনেল খেল
- ১৪ ছেপ্টেম্বৰৰ পৰা হ’ব ভাৰত-পাকিস্তানৰ লীগ মেচ
