ডিজিটেল ডেস্ক, ১৭ছেপ্তেম্বৰ:চুমি-তার্কিক-অম্লানক ন্যায়িক জিম্মালৈ প্ৰেৰণ। ডিব্ৰুগড় জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ এই ৰায়। পূৰ্বে ৫ দিনৰ আৰক্ষীৰ জিম্মাত আছিল চুমি-তার্কিক। আৰক্ষীয়ে আজি জিম্মাত নিবিচাৰিলে চুমি-তার্কিক-অম্লানক।
১২ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল চুমি বৰা আৰু তাৰ্কিক বৰা। কোটি-কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাক।