বাজেটত কোন বিভাগলৈ কিমান কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ বিত্তমন্ত্ৰী অজন্তা নেওগৰ?
- প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ আৰু পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগলৈ বাজেটত ১৭,৫৯০ কোটি টকাৰ প্ৰস্তাৱ।
- কৃষি বিভাগলৈ বাজেটত ২,১৭৩ কোটি টকা আবণ্টন।
- পশুপালন আরু পশু চিকিৎসা বিভাগলৈ বাজেটত ৬৩৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- বৰাক উপত্যকা উন্নয়ন বিভাগলৈ ১০৫ কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ।
- সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগলৈ ৩০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- সমবায় বিভাগলৈ ২০১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ ২১৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- পৰিৱেশ আৰু বন বিভাগলৈ ১২৯০ কোটি টকাৰ প্ৰস্তাৱ।
- আবকাৰী বিভাগলৈ ১১১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- বিত্ত বিভাগলৈ ৩৫,৩০১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- মীন বিভাগলৈ ১৬৩ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগলৈ ১০৬৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- সাধাৰণ প্ৰশাসন বিভাগলৈ ৯৯৪ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগলৈ ৩৩১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগলৈ ৫,৩৯৩ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- উচ্চ শিক্ষা বিভাগলৈ ৩,৭৯৭ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- পাৰ্বত্য অঞ্চল বিভাগলৈ ৩,০৭৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- গৃহ আৰু ৰাজনৈতিক বিভাগলৈ ৮,২৯১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগলৈ ২,৭০৪ কোটি টকাৰ প্ৰস্তাৱ।
- খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু পৰিক্ৰমা বিভাগলৈ ৫৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগলৈ ২,৪৭১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- তথ্য, জনসংযোগ আৰু মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগলৈ ২০৪ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- তথ্য আৰু প্ৰযুক্তি বিভাগলৈ ৫৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- জলসিঞ্চন বিভাগলৈ ৯৬৪ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- ন্যায়িক বিভাগলৈ ৮৭৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- শ্ৰমিক কল্যাণ বিভাগলৈ ১০৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- বিধায়িনী বিভাগলৈ ৩৪ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগলৈ ২,৫৪২ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- খনি আৰু খনিজ সম্পদ বিভাগলৈ ৭,৪৭০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- সংসদীয় পৰিক্ৰমা বিভাগলৈ বাজেটত ০.৭৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- কৰ্মচাৰী বিভাগলৈ ৩৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- শক্তি বিভাগলৈ ২,৬২৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ ৫,১৯০ কোটি টকাৰ প্ৰস্তাৱ বাজেটত।
- লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগলৈ ৩,২৮৫ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- লোকনিৰ্মাণ (পথ) বিভাগলৈ ১০,২০০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ ৩,১৮৫ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- বিদ্যালয় শিক্ষা বিভাগলৈ ১৮,৭৩৩ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভআগলৈ ৯০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগলৈ ৩৪০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগলৈ ৪১৭ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- ভূমি সংৰক্ষণ বিভাগলৈ ১৪৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগলৈ ১৯০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- উদ্ভাৱন, ইনকিউবেচন আৰু ষ্টাৰ্টআপ বিভাগলৈ ৬০ কোটি টকাৰ প্ৰস্তাৱ।
- চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগলৈ ২১৬ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- পৰ্যটন বিভাগলৈ ১০১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- ৰূপান্তৰ আৰু উন্নয়ন বিভাগলৈ ৫৫০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- পৰিবহণ বিভাগলৈ ৫৬৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগলৈ ৭৩৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- জলসম্পদ বিভাগলৈ ১,৫৯৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- বড়োলেণ্ড কল্যাণ বিভাগলৈ ৪,১৬০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- সংখ্যালঘু কল্যাণ বিভাগলৈ ৯১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।
- মহিলা আৰু শিশু উন্নয়ন বিভাগলৈ ৪,৪৪৯ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ।