Monday, July 7, 2025
Homeঅসমকোনে-কোনে স্থান পালে মন্ত্ৰীসভাত?

কোনে-কোনে স্থান পালে মন্ত্ৰীসভাত?

  • অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা।
  • ৪গৰাকীকৈ বিধায়ক নতুনকৈ মন্ত্ৰিত্ব প্ৰদান।
  • ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হ’ল প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষেন্দু পাল আৰু ৰূপেশ গোৱালা।
  • সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে নতুন মন্ত্ৰীৰ নাম।
  • ডিব্ৰুগড় সমষ্টিৰ ৪ বাৰৰ বিধায়ক প্ৰশান্ত ফুকন।
  • পাথাৰকান্দিক বিধায়ক কৃষেন্দু পালেও লাভ কৰিলে মন্ত্ৰিত্ব।
  • লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় অন্তুৰ্ভুক্ত হ’ল ডঃ হিমন্ত বিশ্ব শর্মাৰ মন্ত্ৰীসভাত।
  • ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাও লাভ কৰিলে মন্ত্ৰিত্ব।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments