- ‘‘অহা দুটা দিনত মুখ্যমন্ত্ৰীয়ে নতুন আৰক্ষীৰ নিযুক্তি দিব।
- শুকুৰবাৰে প্ৰকাশ পাব অসম আৰক্ষীৰ ৫০০০ পদৰ বিজ্ঞাপন।’’
- ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ পিছত দুই লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব অসম চৰকাৰে
- নতুন যোগদান কৰা সকলে ১০ ডিচেম্বৰত চাকৰিৰ বাবে যাব লাগিব।
- প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৬ তাৰিখে স্বাস্থ্য পৰীক্ষাৰ বাবে যাব লাগিব গৃহ জিলাত।
- গৃহ বিভাগত ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত অংশ ল’লে মুখ্যমন্ত্ৰীয়ে।
- ৫,৪১০ গৰাকী কনিষ্টবল, ১৫৬গৰাকী উপ-পৰিদৰ্শকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে।
