Thursday, March 12, 2026
Homeঅসম১ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব চাকৰিৰ বদলিকৰণ প্ৰক্ৰিয়া

১ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব চাকৰিৰ বদলিকৰণ প্ৰক্ৰিয়া

  • আজি অসম চৰকাৰে প্ৰদান কৰিলে ADREৰ তৃতীয় বৰ্গৰ নিযুক্তিপত্ৰ।
  • গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰদান কৰা হয় নিযুক্তিপত্ৰ।
  • শনিবাৰে ৬ হাজাৰ ৩৪৭গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় নিযুক্তিপত্ৰ।
  • নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • আজিৰ অনুষ্ঠানত উপস্থিত থাকি কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • অসম চৰকাৰৰ চাকৰিৰ বদলিকৰণ প্ৰক্ৰিয়া সলনি হ’ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।
  • তেওঁ কয়, ‘‘১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ‘স্বাগত সতীৰ্থ’।
  • এই প’ৰ্টেলটোত বছৰি দুবাৰকৈ খুলিব।
  • ‘স্বাগত সতীৰ্থ’ৰ জৰিয়তে সকলো কৰ্মচাৰীয়ে নিজৰ মাজত বদলিকৰণৰ বাবে আবেদন কৰিব পাৰিব।’’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments