Tuesday, July 8, 2025
Homeঅসমআলফা স্বাধীনৰ শিবিৰত আক্ৰমণ!

আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ!

ডিজিটেল ডেস্ক, ৮জানুৱাৰী: আলফা স্বাধীনৰ শিবিৰত বোমাৰে আক্ৰমণ। ম্যানমাৰৰ কেম্পত ড্ৰোণেৰে আক্ৰমণ। আজি পুৱা তিনিখন ড্ৰোণেৰে আক্ৰমণ। পুৱা ৪:১০ত প্ৰথমটো আক্ৰমণ সংঘটিত হয়।

পুৱা ৪:১২ মিনিটত সংঘটিত হয় দ্বিতীয়টো আক্ৰমণ। পুৱা ৪:২০ মিনিটত তৃতীয়টো আক্ৰমণৰ ঘটনা সংঘটিত হয়। প্ৰথম দুটা আক্ৰমণত ULFA-Iৰ দুজন কেডাৰৰ সামান্য পৰিমাণে আহত হয়। তৃতীয়টো বোমা বিস্ফোৰণ নহয়।

ULFA-Iৰ কেম্পত ভাৰতৰ দিশৰ পৰা আক্ৰমণ। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে জনাইছে এই খবৰ। ভাৰতীয় সেনাই আক্ৰমণ কৰাৰ অভিযোগ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments