Wednesday, July 9, 2025
Homeঅসমএইবাৰ SEBAৰ কাৰ্যালয়ত ঘোচ লৈ ধৰা পৰিল দুই বিষয়া

এইবাৰ SEBAৰ কাৰ্যালয়ত ঘোচ লৈ ধৰা পৰিল দুই বিষয়া

ডিজিটেল ডেস্ক, ৬অক্টোবৰ:SEBAৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান। এইবাৰ SEBAৰ কাৰ্যালয়ত ঘোচ লৈ ধৰা পৰিল দুই বিষয়া। উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ চৈয়দ আৰিচুদ্দিন আহমেদ আৰু দিনবন্ধু কলিতা।

SEBAৰ কাৰ্যালয়ত এইবাৰ হাত দাঙিলে দুই বিষয়াই। মেট্ৰিকৰ চাৰ্টিফিকেটৰ খেলিমেলি ঠিক কৰি দিয়াৰ বাবে ঘোচ লৈছিল দুই বিষয়াই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments