Sunday, July 6, 2025
Homeক্ৰীড়াৰাষ্ট্ৰীয় ক্রীড়াত এতিয়ালৈকে ৪টা ৰূপ, ৪টা ব্রঞ্জ পদক অর্জন অসমৰ

ৰাষ্ট্ৰীয় ক্রীড়াত এতিয়ালৈকে ৪টা ৰূপ, ৪টা ব্রঞ্জ পদক অর্জন অসমৰ

• ৰাষ্ট্ৰীয় ক্রীড়াত এতিয়ালৈকে ৪টা ৰূপ, ৪টা ব্রঞ্জ পদক অর্জন অসমৰ

• ৮০০ মিটাৰ ফ্ৰী ষ্টাইলত ৰূপৰ পদক সুব্রনশ্বিনী প্রিয়দর্শিনীৰ

• ভাৰত্তোলনত দিতিমণি সোণোৱালৰ শুকুৰবাৰে ৰূপৰ পদক অর্জন

• মহিলাৰ ৬৪ কিলো শাখাত ৰূপৰ পদক লাভ দিতিমণিৰ

• উন্মু টাউলু ইভেন্টত ৰূপৰ পদক পদ্মিনী নাৰ্জাৰীৰ

• ক্ষুদ্র পাংগিঙৰ ৰূপৰ পদক নিশ্চিত উন্মু ছান্দা ইভেন্টত

• উন্মু ছান্দাত ব্রঞ্জ মেডেল অর্জন অসমৰ এলিনা ৰাভাৰ

• ভাৰত্তোলনত ব্ৰঞ্জ মেডেল অসমৰ সিদ্ধান্ত গগৈৰ

• মহিলা বেডমিন্টনত ব্রঞ্জ অর্জন অসম দলৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments