Friday, March 13, 2026
Homeঅসমৰিহেব চেন্টাৰৰ বাবে নতুন SOP

ৰিহেব চেন্টাৰৰ বাবে নতুন SOP

 

  • ১ আগষ্টৰ পৰা ৰিহেব চেন্টাৰৰ বাবে নতুন SOP
  • SOP নামানিলে বন্ধ কৰি দিয়া হ’ব ৰিহেব চেন্টাৰ
  •  ৰিহেব চেন্টাৰৰ পৰা ওলোৱা ৰোগীয়ে ৩ বছৰলৈনিজাকৈ খুলিব নোৱাৰিব চেন্টাৰ
  • ২৫গৰাকী ৰোগীৰ বিপৰীতে থাকিব লাগিব ২গৰাকী নাৰ্চ
  • এটা কোঠাত ২ বা ৩গৰাকী ৰোগীহে থাকিব পাৰিব
  •  প্রতিটো কোঠাত বিছনা থকাটো বাধ্যতামূলক
  • প্রতি সপ্তাহত কেন্দ্রলৈ যাব লাগিব মনোৰোগ বিশেষজ্ঞ
  •  নিচামুক্তি কেন্দ্ৰত ৰাখিব লাগিব কিতাপ
  •  বাউঞ্চাৰ ৰাখিলে শিক্ষিত হ’ব লাগিব
  • বিভাগীয় মন্ত্রী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ ঘোষণা
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments