Monday, January 19, 2026
Homeঅসমচাকৰি প্ৰত্যাশীসকলৰ বাবে ডাঙৰ খবৰ!

চাকৰি প্ৰত্যাশীসকলৰ বাবে ডাঙৰ খবৰ!

চাকৰি বিচাৰি যুৱক-যুৱতীৰ বাবে ডাঙৰ খবৰ। অসম আৰক্ষীত পুনৰ ওলাইছে চাকৰি। অসম আৰক্ষীৰ বিভিন্ন পদৰ বাবে মুঠ ২৩৫০টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

শীঘ্ৰে এই পদসমূহ পূৰণৰ বাবে অনুষ্ঠিত হ’ব সাক্ষাৎকাৰ। এই বিজ্ঞাপন ইতিমধ্যে SLPRB প’র্টেলত উপলব্ধ হৈছে। উক্ত প’ৰ্টেললৈ গৈ প্ৰাৰ্থীসকলে তেওঁলোকৰ পছন্দৰ পদৰ বাবে আবেদন কৰিব পাৰিব। যোগ্য প্ৰাৰ্থীসকলে তলত উল্লেখ কৰা পদসমূহৰ বাবে আবেদন কৰিব পাৰিব।অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (UB)ৰ ৪৮টা পদ, উপ-পৰিদৰ্শক (APRO)ৰ ৪টা পদ, ষ্টেচন অফিচাৰৰ ৬টা পদ আৰু F&ESৰ স্কোৱাড কমাণ্ডাৰৰ ৫টা পদ আৰু সহকাৰী জেইলাৰৰ ৩৯টা পদৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে।

লগতে উপ-পৰিদৰ্শক (AB)ৰ ৪৭টা পদ আৰু কমাণ্ডো বেটেলিয়নৰ কনিষ্টবল (AB)ৰ ৩টা পদৰ বাবেও বিচৰা হৈছে আবেদন পত্ৰ। ইয়াৰ উপৰি কনিষ্টবল (UB)ৰ ১০৫২টা পদ আৰু কনিষ্টবল (AB) ৰ ৬৬৩টা পদৰ বাবেও আবেদন কৰিব পাৰিব যোগ্য প্ৰাৰ্থীসকলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments