Tuesday, March 10, 2026
Homeঅসমপুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যু।

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাকুমৰ শংকৰ মুড়াই।

পুনৰ বহিঃৰাজ্যত অসমৰ এজন যুৱকৰ কৰুণ মৃত্যুৰ খবৰ পোৱা গৈছে। তিনিচুকীয়া জিলাৰ মাকুম চটাহাপজান ৭নং লাইনৰ নিবাসী শংকৰ মুড়া মহাৰাষ্ট্ৰৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল। যোৱা ৫ ফেব্ৰুৱাৰীত সংঘটিত এক পথ দুৰ্ঘটনাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।দুৰ্ঘটনাৰ পিছত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত অৱশেষত যুৱকজনৰ মৃত্যু ঘটে। ইফালে মৃত যুৱকজনৰ মৃতদেহ নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰি দিবলৈ পৰিয়ালৰ লোকে জিলা প্ৰশাসন, মন্ত্ৰী আৰু বিধায়কৰ ওচৰত কাতৰ অনুৰোধ জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments