ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ থকা অসমৰ দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ ৷ কেইবাদিনো অনুসন্ধানৰ অন্তত উদ্ধাৰকাৰী দলটোৱে উদ্ধাৰ কৰে দীপশিখা হাজৰিকাৰ মৃতদেহ ৷
ইতিমধ্যে দীপশিখাৰ পৰিয়ালৰ সদস্যসকল উত্তৰাখণ্ডত উপস্থিত হৈছে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত দীপশিখাৰ মৃতদেহটো অসমলৈ অনা হ’ব।
উল্লেখ্য যে উত্তৰাখণ্ডৰ নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিঙৰ দ্বাৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ত কমেও ২৯ জন লোক বৰফৰ তলত আবদ্ধ হৈ পৰিছিল। ৪ অক্টোবৰত সন্মিলনৰ পৰা উভতি আহাৰ সময়ত হিমস্খলনৰ সন্মুখীন হৈছিল পৰ্বতাৰোহী দলটো হৈছিল